অৰুণাচল প্ৰদেশৰ টিৰাপত এন পি পি দলৰ সমৰ্থকক গুলীয়াই হত্যা…

অৰুণাচল প্ৰদেশৰ টিৰাপত এন পি পি দলৰ সমৰ্থকক গুলীয়াই হত্যা…

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত  এন পি পিৰ সমৰ্থকক গুলীয়াই হত্যা।
  • NSCN(IM)ৰ গুলীত নিহত হোৱাৰ সন্দেহ লোকজন।
  • নিহত লোকজনৰ নাম জেলী আন্না।
  • গুলীবিদ্ধ হৈ আহত হৈছে আন এজন লোক।
  • আহত লোকজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।