নাগালেণ্ডত এন পি পিৰ এগৰাকী প্ৰাৰ্থী নিখোজ…

নাগালেণ্ডত এন পি পিৰ এগৰাকী প্ৰাৰ্থী নিখোজ…

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • নাগালেণ্ডত এন পি পিৰ এগৰাকী প্ৰাৰ্থী নিখোজ।
  • মঙলবাৰৰ পৰা সন্ধান নাই অ' টিনু লংকুমেৰ নামৰ প্ৰাৰ্থীজনৰ।
  • অংলেণ্ডেনৰ উপ–নিৰ্বাচনৰ প্ৰাৰ্থী লংকুমেৰ।
  • আৰক্ষীৰ জনাইছে যে সুকলমে আছে লংকুমেৰ,
  • কিন্তু ক'ত আছে সেই সন্দৰ্ভত কোনো কথা জনোৱা নাই আৰক্ষীয়ে।