আজি আই এছ এলত নৰ্থ-ইষ্ট বনাম পুনে চিটী এফ চি

আজি আই এছ এলত নৰ্থ-ইষ্ট বনাম পুনে চিটী এফ চি

author-image
asomiyapratidin
New Update
আজি আই এছ এলত নৰ্থ-ইষ্ট বনাম পুনে চিটী এফ চি

  • আজি আই এছ এলৰ গুৰুত্বপূৰ্ণ মেচ।
  • নৰ্থ-ইষ্টৰ মুখামুখি হ'ব পুনে চিটী এফ চি।
  • পুনেত অনুষ্ঠিত হ'ব আজিৰ খেলখন।
  • পুনেৰ ছত্ৰপতি ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব খেলখন।
  • সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব গুৰুত্বপূৰ্ণ খেলখন।