আগৰতলাত নাইজেৰীয়াৰ নাগৰিকক আটক

আগৰতলাত নাইজেৰীয়াৰ নাগৰিকক আটক

author-image
asomiyapratidin
New Update
আগৰতলাত নাইজেৰীয়াৰ নাগৰিকক আটক

  • বৃহস্পতিবাৰে আগৰতলাত এজন নাইজেৰীয়াৰ নাগৰিকক আটক।
  • আগৰতলা ৰে'ল ষ্টেচনৰ পৰা আটক লোকজনক।
  • লোকজনৰ লগত নাছিল কোনো ভিছা বা ভাৰতত প্ৰৱেশ কৰাৰ অনুজ্ঞাপত্ৰ।
  • বৰ্তমান ত্ৰিপুৰা আৰক্ষীয়ে লোকজনক অব্যাহত ৰাখিছে সোধাপোছা।