/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/bedee191-c158-400c-8b23-c07e1c83803f.jpg)
ডিজিটেল সংবাদ , ৱাখাঃ নাগালেণ্ডৰ ৱাখা জিলাৰ ভাণ্ডাৰীত বিষাক্ত কাঠফুলা ভক্ষণ কৰি একেটা পৰিয়ালৰ দুজন মৃত্যু হোৱাৰ লগতে অন্য এজন গুৰুত্ব ভাৱে অসুস্থ হৈ ডিমাপুৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
জানিব পৰামতে ভাণ্ডাৰী য়িমজা গাঁৱত ৱবেনী কিকন নামৰ মহিলা গৰাকী য়ে ৩০ এপ্ৰিলত মাটিৰ তলৰ পৰা ওলোৱা কাঠফুলা ভক্ষন কৰাৰ পিছত তেওঁৰ ১২ বছৰীয়া পুত্ৰৰ নিশা মৃত্যু হোৱাৰ লগত মহিলাগৰাকীৰ আৰু তেওঁৰ আন এজন পুত্ৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰে ।
তেওঁলোকক ততাতৈয়াকৈ ডিমাপুৰৰ খিষ্ট্ৰান মেডিকেল হাস্পতাল ভৰ্তি কৰাই যদিও কালি ৱবেনী কিকনৰ মৃত্যু হয় । পৰিয়ালৰ লোকে প্ৰকাশ কৰামতে ৩০ এপ্ৰিলত মাটিৰ তলৰ পৰা ওলোৱা কাঠফুলা ভক্ষণ কৰিছিল ।