/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/nagaland-12.jpg)
ডিজিটেল সংবাদ ৱাখাঃ যুৱকজনৰ নাম য়ুঙগান কন্যাক । বিশালকায় এই যুৱকজনেই সম্প্ৰতি নাগালেণ্ডৰ আটাইতকৈ ওখ ব্যক্তি । নাগালেণ্ডৰ ইণ্ডো- ম্যানমাৰ আন্তৰ্জাতিক সীমান্তৰ মন জিলাৰ লঙৱা গাঁৱৰ নিবাসী য়ুঙগান কন্যাক এজন দৈত্যকায় বিশাল শৰীৰৰ অধিকাৰী । ২৬ বছৰীয়া য়াঙনাঙ কন্যাৰ শাৰিৰীক উচ্চতা ৮ ফুট । জনচক্ষুলৈ অহাৰ পিছতে য়াঙনাঙ কন্যাক সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us