নাগালেণ্ডত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৫৩৫লৈ বৃদ্ধি…

নাগালেণ্ডত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৫৩৫লৈ বৃদ্ধি…

author-image
asomiyapratidin
New Update
নাগালেণ্ডত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৫৩৫লৈ বৃদ্ধি…

  • নাগালেণ্ডত বৃহস্পতিবাৰে পুৱাই ৩৪গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা।
  • ৰাজ্যখনত কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হলগৈ ৫৩৫
  • ইয়াৰে ২৮২গৰাকীয়ে সুস্থ হৈ ঘৰলৈ উভতাৰ পৰিৰ্ৱতে ৩৫৩গৰাকী এতিয়াও চিকিতসাধীন।
  • ভাল খবৰ যে, ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈ এজনো লোকে এতিয়ালৈকে প্ৰাণ হেৰুৱা নাই।