New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/dangor-khobr.jpg)
- নাগালেণ্ডত নতুনকৈ ১৯ জন লোকৰ দেহত কোৰোনা।
- এইসকল লোক নতুনকৈ সোমবাৰে আক্ৰান্ত হৈছে।
- নাগালেণ্ডৰ স্বাস্থ্য বিভাগে এই কথা সদৰি কৰিছে।
- ইফালে ১৯জন লোকৰ সৈতে আক্ৰান্তৰ মুঠ সংখ্যা ৪৩৪ জনলৈ বৃদ্ধি।
- ইতিমধ্যে আৰোগ্য হৈছে ১৬৪ জন লোক।
- চিকৎসাধীন হৈ আছে ২৭০ জন লোক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us