/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/11/nagaland.jpg)
ডিজিটেল সংবাদ,বেকাজান : নাগালেণ্ডৰ কিফিৰি জিলাৰ ৬০ পুংগ্ৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী টি য়াংচিয় ছাংটামে জয়ী হৈছে । আজি ঘোষণা কৰা ফলাফলত নিৰ্দলীয় প্ৰাৰ্থী য়াংচিয় ছাংটামে অন্য নিৰ্দলীয় প্ৰাৰ্থী এছ কিউছিউমিউ য়িমছুংগাৰক তীব্ৰ প্ৰতিদ্বন্দিতা অন্ত ১৪১৬ টা ভোটতত পৰাজিত কৰে ।
বিজয়ী য়াংচিয় ছাংটাম ৮৫৭২ টা ভোট লাভ কৰাৰ বিপৰীতে এছ কিউছিউমিউ য়িমছুংগাৰে লাভ কৰে ৭১৫৬ টা ভোট উল্লেখযোগ্য যে পুংগ্ৰ সমষ্টিত নেইফিউ ৰিঅৰ এন ডি পি পি দল আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী লিৰিমংগ ছাংটামে লাভ কৰে ৫৫০৬ টা ভোট
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us