নগালেণ্ডত গ্ৰেপ্তাৰ এনএছচিএন-কেৰ এজন কেডাৰক…

নগালেণ্ডত গ্ৰেপ্তাৰ এনএছচিএন-কেৰ এজন কেডাৰক…

author-image
asomiyapratidin
New Update
নগালেণ্ডত গ্ৰেপ্তাৰ এনএছচিএন-কেৰ এজন কেডাৰক…

  • নগালেণ্ডত গ্ৰেপ্তাৰ কৰা হৈছে এনএছচিএন-খাপলাঙৰ এজন কেডাৰক।
  • ৰাজ্যখনৰ থেহাখু গাঁৱত গ্ৰেপ্তাৰ কৰে কেডাৰজনক।
  • নগালেণ্ড আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে যৌথভাৱে অভিযান চলাই কেডাৰজনক গ্ৰেপ্তাৰ কৰে।
  • লগতে জব্দ কৰে এটা ৩২ এম এম পিষ্টল।