New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/nagaland-new-21-corona-case-detected.jpg)
- নাগালেণ্ডত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ২১ জন লোক।
- নাগালেণ্ডৰ স্বাস্থ্য বিভাগে এই তথ্য সদৰি কৰিছে।
- ৰাজ্যখনত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৪৮০ জনলৈ বৃদ্ধি পাইছে।
- এতিয়াও হাস্পতালত চিকিৎসাধীন হৈ আছে ৩১২ গৰাকী লোক।
- আৰোগ্য হৈছে ১৬৮ জন লোক।
- এতিয়ালৈকে ৰাজ্যখনত এজনো লোকৰ মৃত্যু হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us