উত্তৰ-পূব পুৱাই জোকাৰিলে ৪.৭ প্ৰাৱল্যৰ ভূমিকম্পই পুৱাই জোকাৰিলে ৪.৭ প্ৰাৱল্যৰ ভূমিকম্পই asomiyapratidin 26 Aug 2019 09:51 IST Follow UsNew Updateসোমবাৰে পুৱাই ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল নাগালেণ্ড।ৰাজ্যখনৰ টুৱেনচাঙৰ পৰা ১৩২ কিলোমিটাৰ পূবত ভয়ংকৰ ভূমিকম্প।সোমবাৰে পুৱা অহা এই ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৪.৭ বুলি জানিব পৰা গৈছে।বৰ্তমানেও জানিব পৰা হোৱা নাই ক্ষয়-ক্ষতিৰ পৰিমাণ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক