পুনৰ ছমাহলৈ নাগালেণ্ডক অশান্ত অঞ্চল ঘোষণা..

পুনৰ ছমাহলৈ নাগালেণ্ডক অশান্ত অঞ্চল ঘোষণা..

author-image
asomiyapratidin
New Update
পুনৰ ছমাহলৈ নাগালেণ্ডক অশান্ত অঞ্চল ঘোষণা..

ডিজিটেল সংবাদৱাখাঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডক পুনৰ ছমাহলৈ অশান্ত অঞ্চল হিচাবে ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে । বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে এক অধিসূচনাৰ জৰিয়তে কয় যে, সমগ্ৰ নাগালেণ্ডত অশান্ত আৰু বিপজ্জনক পৰিস্থিতি অব্যাহত থকাৰ বাবে নাগৰিকৰ সহায়ৰ বাবে সশস্ত্ৰ বাহিনী প্ৰয়োগ কৰাতো প্ৰয়োজন আছে ।

Advertisment

ক্লিক কৰি পঢ়কঃইতিহাস হ'ব নেকি নামৰূপ সাৰকাৰখানা! বন্ধ হৈ পৰিছে উৎপাদন…

সেয়ে পূৰ্বৰ অশান্ত অঞ্চলৰ ম্যাদ ৩০ জুনত অন্ত পৰাত কেন্দ্ৰীয় চৰকাৰে পুনৰ অহা ৩১ ডিচেম্বৰলৈ ছমাহৰ বাবে অশান্ত অঞ্চল হিচাবে ঘোষণা কৰিছে নাগালেণ্ডক । উল্লেখযোগ্য যে বিগত সাতদশজুৰি নাগালেণ্ডত আস্ফা আইন-১৯৫৮ বলৱৎ হৈ আছে ।