উত্তৰ-পূব নাগালেণ্ডক অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ নাগালেণ্ডক অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ asomiyapratidin 31 Dec 2018 16:00 IST Follow UsNew Updateনাগালেণ্ডক অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ।AFSPA 1958 বলৱত্ কৰা হৈছে সমগ্ৰ ৰাজ্যখনত।৩০ ডিচেম্বৰৰ পৰা ৬ মাহলৈ কাৰ্যকৰী হ'ব এই নিৰ্দেশনা।আইনখনৰ দফা ৩ অনুসৰি এই নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰই।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক