New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/indian_railways_1_1.jpeg)
- ৰে'লপথ মেৰামতিৰ বাবে এন এফ ৰেলৱে'ই সাময়িকভাৱে বাতিল কৰিব কেইবাখনো ৰে'ল ।
- মেৰামতি কৰা হ'ব হাৱাইপুৰ-লামডিং ৰে'লপথ।
- ৩-১০ জুলাইলৈ বাতিল কৰা হ'ব গুৱাহাটী-মৰিয়নি ইণ্টাৰচিটি ৰেল।
- বাতিল কৰা হ'ব গুৱাহাটী-ডিমাপুৰ-নাগালেণ্ড এক্সপ্ৰেছ ।
- গুৱাহাটী-লিডু ইণ্টাৰচিটি এক্সপ্ৰেছো ৰেলপথ মেৰামতিৰ বাবে বাতিল কৰা হ'ব।
- ডিমাপুৰ-গুৱাহাটী এক্সপ্ৰেছো কৰা হ'ব বাতিল।
- ৭ ৰ পৰা ৯ জুলাইলৈ বাতিল কৰা হ'ব এই সেৱা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us