New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/EarthquakeMonitor.jpg)
প্ৰতীকি ফটো
- সোমবাৰে পুৱাই অনুভূত হ'ল ভূমিকস্প।
- ৰিখতাৰ স্কেলত এই ভূমিকস্পৰ প্ৰাবল্য আছিল ৪.৫।
- পুৱা ৫.১৫ বজাত অনুভূত হৈছিল জোকাৰণি।
- মণিপুৰৰ চুৰাচান্দপুৰত এই ভূমিকস্পৰ জোকাৰণি হৈছিল।
- এতিয়ালৈকে অহা নাই কোনো ক্ষয় ক্ষতিৰ বাতৰি।
- মণিপুৰত দেওবাৰে ৰাতিপুৱাও অনুভূত হৈছিল ভূমিকস্পৰ জোকাৰণি।
- মণিপুৰৰ সেনাপতিত এই ভূমিকস্পৰ জোকাৰণি হৈছিল।
- ৰিখতাৰ স্কেলত এই ভূমিকস্পৰ প্ৰাবল্য আছিল ৪.২
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us