মণিপুৰত পুনৰ ১৩গৰাকী লোকৰ দেহত কোৰোনাৰ অৱস্থিতি…

মণিপুৰত পুনৰ ১৩গৰাকী লোকৰ দেহত কোৰোনাৰ অৱস্থিতি…

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • উত্তৰ-পূবত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা।
  • শেহতীয়াকৈ মণিপুৰত আৰু ১৩জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯।
  • ৰাজ্যখনত ১২১জনলৈ বৃদ্ধি কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
  • ইয়াৰে ৮৩ গৰাকী বৰ্তমানেও চিকিৎসাধীন হৈ আছে।