উত্তৰ-পূব মণিপুৰৰ ইম্ফলত বোমা উদ্ধাৰ মণিপুৰৰ ইম্ফলত বোমা উদ্ধাৰ asomiyapratidin 14 Feb 2019 09:51 IST Follow UsNew Updateমণিপুৰৰ ইম্ফলত বোমা উদ্ধাৰ।পশ্চিম ইম্ফলৰ কাঞ্চিপুৰৰ কেথলিক স্কুলৰ গে'টত উদ্ধাৰ বোমাটো।বোমা সংস্থাপনৰ আঁৰত নিষিদ্ধঘোষিত সংগঠন KCP জড়িত থকাৰ সন্দেহ।ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ দল।বোমাটো IED বুলি সন্দেহ আৰক্ষীৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক