মণিপুৰত ধুমুহাৰ তাণ্ডৱ, নিহত ৩

মণিপুৰত ধুমুহাৰ তাণ্ডৱ, নিহত ৩

author-image
asomiyapratidin
New Update
মণিপুৰত ধুমুহাৰ তাণ্ডৱ, নিহত ৩

  • মণিপুৰত ধুমুহাৰ তাণ্ডৱ।
  • ব্যাপক ক্ষয় ক্ষতি ৰাজ্যখনত।
  • কাকসিং আৰু ছোৰাচাং পুৰত ধুমুহাত নিহত ৩ জন।
  • বহু ঘৰ আৰু গছ ভাগি পৰিছে সেই অঞ্চলটোত।
  • নিহত ৩ গৰাকীয়েই মহিলা।