New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/modi-gohpur-speecgb.jpg)
- আজি পুনৰ উত্তৰ-পূবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
- মণিপুৰ-ত্ৰিপুৰাত নিৰ্বাচনী সভাত অংশ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে।
- ইম্ফলৰ হাপ্টা কাংজেইবুঙত বিজেপিৰ বিশাল জনসভাৰ আয়োজন।
- ত্ৰিপুৰাৰ উদয়পুৰতো প্ৰধানমন্ত্ৰী মোডীয়ে চলাব প্ৰচাৰ।
- উদয়পুৰ স্পৰ্টছ কমপ্লেছ গ্ৰাউণ্ডত নিৰ্বাচনী সভাৰ আয়োজন।