Published on:
Updated on:
- উত্তৰ-পূবৰ দ্বিতীয়খন সুৰামুক্ত ৰাজ্য হোৱাৰ পথত মিজোৰাম।
- কেবিনেটে অনুমোদন জনাইছে সুৰামুক্ত বিধেয়কত।
- অহা বাজেট অধিবেশনত উত্থাপিত হ'ব এই বিধেয়ক।
- ২০ মাৰ্চৰ পৰা আছে মিজোৰাম বিধানসভা বাজেট অধিৱেশন।
- সেই অধিৱেশনতেই গৃহীত হ'ব এই বিধেয়ক।
- শুকুৰবাৰে অনুষ্ঠিত কেবিনেট বৈঠকতে এই বিধেয়কত অনুমোদন জনোৱা হয়।
- মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰাম থাংগাৰ উদ্যোগত অনা হৈছে এই বিধেয়ক।
- মিজো নেশ্যনেল ফ্ৰন্টে বিধানসভা নিৰ্বাচনত ৰাজ্যখনক সম্পূৰ্ণৰূপে সুৰামুক্ত কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।
- সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই এই বিধেয়ক বিধানসভাত উত্থাপন কৰিব জোৰাম থাংগাই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in