উত্তৰ-পূব ৰাষ্ট্ৰীয় মিজোৰামত পতনৰ দিশত কংগ্ৰেছ চৰকাৰ মিজোৰামত পতনৰ দিশত কংগ্ৰেছ চৰকাৰ asomiyapratidin 11 Dec 2018 10:06 IST Follow UsNew Updateমিজোৰামৰ ৪০খন আসনত ভোটগণনা অব্যাহত।২৪খন আসনত আগবাঢ়ি আছে এমএনএফ দলৰ প্ৰাৰ্থী।৮খন আসনত আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থী।এখন আসনত বিজেপিৰ অগ্ৰগতি।অন্যান্যৰ ৪জন প্ৰাৰ্থীৰ অগ্ৰগতি।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক