New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/DuGVPaRXcAAOHju.jpg)
- মিজোৰামত পুৱা ৮বজাত আৰম্ভ ভোটগণনা।
- মিজোৰামৰ ৪০টা সমষ্টিত নিৰ্ণয় হ'ব ২০৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
- ইতিমধ্যে আইজলত ভোটগণনাৰ বাবে ভিৰ কৰিছে বহুলোকে।
- মিজোৰামত এমএনএফ-কংগ্ৰেছে ৪০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে।
- ইফালে বিজেপিয়ে ৩৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে।
- ইয়াৰ লগতে জেডপিএমে প্ৰতিদ্বন্দ্বিতা কৰিছে ৩৭খন আসনত।
- আইজলত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হৈছে ভোটগণনা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us