মিজোৰামত নতুনকৈ ১০ জন লোকৰ দেহত কোৰোনা ভাইৰাছ…

মিজোৰামত নতুনকৈ ১০ জন লোকৰ দেহত কোৰোনা ভাইৰাছ…

author-image
asomiyapratidin
New Update
ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ ৩গৰাকী ৰোগীৰ মৃত্যু…

  • মিজোৰামত নতুনকৈ কোৰোনাত ধৰা পৰিছে ১০ জন লোকৰ দেহত।
  • মিজোৰাম চৰকাৰে এই তথ্য সদৰি কৰিছে।
  • কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা ১৪০ জনলৈ বৃদ্ধি পাইছে ৰাজ্যখনত।
  • ইয়াৰে ১৩১ গৰাকী লোক এতিয়াও হাস্পতালত আছে।
  • আনহাতে ৯জন লোক আৰোগ্য হৈছে।