উত্তৰ-পূব ৰাষ্ট্ৰীয় মিজোৰামত এম এন এফৰ প্ৰাৰ্থীয়ে বিলালে মিঠাই মিজোৰামত এম এন এফৰ প্ৰাৰ্থীয়ে বিলালে মিঠাই asomiyapratidin 11 Dec 2018 10:41 IST Follow UsNew Updateমিজোৰামত এম এন এফৰ কৰ্মী-সমৰ্থকৰ মাজত উৎসাহৰ ঢল।এম এন এফৰ কাৰ্যালয়ত মিঠাই বিতৰণ কৰিছে দলটোৰ সমৰ্থকে।৪০জনীয়া মিজোৰাম বিধানসভাৰ ২৭খন আসনতে এম এন এফৰ প্ৰাৰ্থীৰ অগ্ৰগতি।৮খন আসনত কংগ্ৰেছৰ অগ্ৰগতি।এখন আসনত আগবাঢ়ি আছে বিজেপি।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক