Published on:
Updated on:
- মিজোৰামৰ গৃহমন্ত্ৰী আৰ লালজিৰলিয়ানাৰ পদত্যাগ।
- বিসম্বাদৰ পৰিণতিত এই পদত্যাগৰ সিদ্ধান্ত গৃহমন্ত্ৰীজনৰ।
- কংগ্ৰেছৰ চৰকাৰ আছিল মিজোৰামত।
- ২০১৩চনত শাসনলৈ আহিছিল কংগ্ৰেছ দল।
- মন্ত্ৰীগৰাকীলৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছিল মিজোৰাম চৰকাৰে।
- তেওঁক কেবাটাও ৰাজনৈতিক দলে বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে যোগ দিবলৈ নিমন্ত্ৰণ কৰা বুলি মন্তব্য কৰিছিল।
- তাৰ পাছতেই মিজোৰাম প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছিল কাৰণ দৰ্শোৱা জাননী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in