New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/cc19a023-00d1-419d-a168-f4ed1f2fabe5.jpg)
- কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে মিজোৰাম চৰকাৰে বৃদ্ধি কৰিলে লকডাউনৰ সময়সীমা।
- ৩০ এপ্ৰিল, ২০২০লৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে।
- পূৰ্বে সমগ্ৰ দেশৰ লগতে মিজোৰামতো ১৪ এপ্ৰিললৈ সময়সীমা বান্ধি দিয়া আছিল লকডাউনৰ।
- মিজোৰামৰ বাদেও আন ৮খন ৰাজ্যতো ৩০ এপ্ৰিললৈ বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়সীমা।