New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- মিজোৰামত কংগ্ৰেছ চৰকাৰৰ পতন।
- ৰাজ্যখনত এম এন এফে গঠন কৰিব চৰকাৰ।
- ৪০খন আসনৰ ভিতৰত ২০খনতেই বিজয় সাব্যস্ত এম এন এফৰ।
- মিজোৰামৰ মুখ্যমন্ত্ৰী লাল থানহাওলাৰ পৰাজয়।
- দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ।
- দুয়োটা সমষ্টিতেই পৰাজয় মুখ্যমন্ত্ৰীগৰাকীৰ।
- ফলাফল ঘোষিত হোৱা আসন- ৩৫।
- কংগ্ৰেছে বিজয় সাব্যস্ত কৰা আসন- ৬।
- এম এন এফ আগবাঢ়ি আছে ৫খনত।