New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/agrani-batori.jpg)
- ত্ৰিপুৰাত এজন অচিনাক্ত যুৱকক ৰাইজৰ উত্তম মাধ্যম।
- হাত ভৰি বান্ধি লৈ প্ৰহাৰ যুৱকজনক।
- ত্ৰিপুৰাৰ স্বামী বিবেকানন্দ খেলপথাৰত অনুষ্ঠিত বাণিজ্য মেলাত চুৰি কৰিবলৈ অহাৰ সন্দেহত গণপ্ৰহাৰ।
- যুৱকজনে কোৱা মতে, মেলাত শুবলৈ আহিছিল তেওঁ।
- কিন্তু উত্তেজিত ৰাইজে যুৱকজনৰ কথালৈ মানি নলৈ বাঁহ-বেঁতৰ লাঠি, কামীৰে নিৰ্মমভাৱে কৰে প্ৰহাৰ।