New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
- সোমবাৰে মেঘালয়ত প্ৰথমজন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে।
- এখন ব্যক্তিগত হাস্পতালৰ এজন চিকিৎসক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।
- ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী এল কে হেকে জনালে এই কথা।
- বেথানী হাস্পতালৰ চিকিৎসকজনৰ নাম ডাঃ ডন এল ছেইলো ৰাইন্টাথিয়াং।