কোৰোনাত আক্ৰান্ত হৈ মেঘালয়ৰ বেঠানী হাস্পতালৰ স্বত্বাধিকাৰীৰ মৃত্যু…

কোৰোনাত আক্ৰান্ত হৈ মেঘালয়ৰ বেঠানী হাস্পতালৰ স্বত্বাধিকাৰীৰ মৃত্যু…

author-image
asomiyapratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

  • মেঘালয়ত কোৰোনাত আক্ৰান্ত এগৰাকীৰ মৃত্যু।
  • মেঘালয়ৰ বেঠানী হাস্পতালৰ স্বত্বাধিকাৰী ড° জন এল চাইলো ৰিন্টাথিয়াঙৰ বুধবাৰে পুৱতি নিশা মৃত্যু হয়।
  • প্ৰায় ২.৫৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৬৯বছৰীয়া ড° জন এল চাইলো ৰিন্টাথিয়াঙে।
  • মাত্ৰ ২৪ ঘন্টাৰ পূৰ্বে তেওঁৰ কোভিড-১৯ পৰীক্ষাত পজিটিভ বুলি চিনাক্ত হৈছিল।
  • তেওঁৰ মৃত্যুৰ পাছতে মেঘালয় স্বাস্থ্য বিভাগে ৰাজ্যবাসীক আৰু অধিক সৰ্তকতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।