/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/DvpfynbU8AAUJL7.jpg)
ডিজিটেল ডেস্কঃ প্ৰায় দুসপ্তাহ পাৰ হোৱাৰ পাছতো উদ্ধাৰকাৰী দলে কোনো শুংসূত্ৰ পোৱা নাই মেঘালয়ৰ অবৈধ কয়লা খনিৰ খাৱৈত আৱদ্ধ ১৩জন শ্ৰমিকৰ। উদ্ধাৰকাৰী দলসমূহে অভিযান চলাই আছে যদিও, বৰ্তমানেও বিফলেই হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/DvpfynbVsAAzfFb.jpg)
এই সন্দৰ্ভত এন ডি আৰ এফ এছিছটেন্ট ক'মাণ্ডেন্টে এছ কে সিঙে কয়- 'আন আন উদ্ধাৰকাৰী সংস্থাসমূহেও আমাৰ উদ্ধাৰ অভিযানত যোগ দিছে। ওড়িশ্যাৰ পৰা অগ্নিনিৰ্বাপক বাহিনীয়ে ১০টা হাই প্ৰেছাৰ পাম্প লৈ, নৌ সেনাৰ ডাইভাৰে আমাৰ সৈতে সহযোগ কৰিছে এই অভিযানত। মই তেওঁলোকক সমগ্ৰ পৰিস্থিতিৰ বিষয়েও অৱগত কৰাই দিছো।'
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us