মেঘালয়ৰ কয়লা খনিত আৱদ্ধ এজন শ্ৰমিকৰ মৃতদেহৰ সন্ধান

মেঘালয়ৰ কয়লা খনিত আৱদ্ধ এজন শ্ৰমিকৰ মৃতদেহৰ সন্ধান

author-image
asomiyapratidin
New Update
মেঘালয়ৰ কয়লা খনিত আবদ্ধ ১৩ শ্ৰমিক, আজি উদ্ধাৰ অভিযানত নামিত নৌসেনাৰ ডুবাৰু দল

  • মেঘালয়ৰ কয়লা খনিত আৱদ্ধ এজন শ্ৰমিকৰ মৃতদেহৰ সন্ধান।
  • নৌসেনাৰ ডুবাৰুৱে সন্ধান উলিয়াইছে এটা মৃতদেহৰ।
  • ROV ব্যৱহাৰ কৰি অভিযান নৌসেনাৰ ডুবাৰুৰ।
  • ২১০ ফুট গভীৰতাৰ সুংৰগত সন্ধান লাভ কৰিছে শ্ৰমিকজনৰ।
  • ১৩ ডিচেম্বৰৰ পৰা কয়লাখনিত আবদ্ধ ১৫ শ্ৰমিক।