New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/meghalaya-3801.jpg)
- মেঘালয়ৰ কয়লা খনিত আবদ্ধ ১৩ শ্ৰমিকৰ উদ্ধাৰৰ বাবে আজি অভিযানত নামিব ভাৰতীয় নৌসেনাৰ ডুবাৰু দল।
- অত্যাধুনিক যন্ত্ৰ পাতিৰ ব্যৱহাৰেৰে উদ্ধাৰ অভিযানত নামিত দলটো।
- বিশাখাপট্টনমৰ পৰা মেঘালয়লৈ আহিব নৌসেনা বাহিনীৰ জোৱান কেইজন।
- ইতিমধ্যে শুকুৰবাৰে ওড়িশাৰ পৰা আহি মেঘালয়ত উপস্থিত হৈছে এনডিআৰএফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us