New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/meghaloi.jpg)
- মেঘালয়ৰ ৰাজ্যপাল সত্য পাল মালিকে ল'লে কোভিড ভেকচিন ।
- চিলঙৰ এখন চিকিৎসালয় ৰাজ্যপাল গৰাকীয়ে লয় কোভিড ভেকচিন ।
- কোভিড ভেকচিনৰ প্ৰথম ডোজ গ্ৰহন কৰে ৰাজ্যপাল গৰাকীয়ে ।
- দেশত সৰ্ব সাধৰণ লোকৰ বাবে মুললি কৰা হৈছে কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী ।
- দেশত সপ্তাহৰ প্ৰতিটো দিনে ২৪ ঘন্টাই খোলা থাকিব ভেকচিন প্ৰদান কৰা কেন্দ্ৰ সমূহ ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us