New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/ELLr_SgU8AEjNuA.jpg)
- শনিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়ৰ মন্তব্য।
- সংবাদমাধ্যমৰ আগত মেঘালয়ৰ ৰাজ্যপালগৰাকীয়ে কয়-
- 'কেব সঠিক দিশত লোৱা খোজ।'
- 'এয়া বহু পূৰ্বেই হ'ব লাগিছিল।'
- 'কেন্দ্ৰীয় চৰকাৰে কেবক সঠিকভাৱে আগুৱাই নিব বুলি মই নিশ্চিত।'