New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/xyz-face-allafaceadeaUntitled-2.jpg)
- মেঘালয়ত পুনৰ সক্ৰিয় হৈ উঠিছে জিএনএলএ।
- অপহৰণ কৰিলে চালক আৰু জাইলো গাড়ীৰ মালিকক।
- মেঘালয়ৰ তুৰা-আগিয়া এন ই চি পথৰ গাপতলিৰ পৰা অপহৰণ কৰে লোক দুজনক।
- সোমবাৰে নিশা প্ৰায় ৯ বজাত জিএনএলএ-য়ে অপহৰণ কৰে মানকাচৰৰ চৰকাছাৰীপাৰা গাঁৱৰ মোনোৱাৰ হুছেইন আৰু মেঘালয়ৰ কোনাৰচৰ গাঁৱৰ আনোৱাৰা হুছেইনক।
- তাৰপাছত মঙলবাৰে কিছু সময় পূৰ্বে মুকলি কৰি দিয়া হয় দুয়োকে।
- ৩ লাখ টকাৰ বিনিময়ত মুক্তিপন লৈ মুকলি কৰি দিয়া হয় লোক দুজনক।