উত্তৰ-পূব নিৰ্বাচন-২০১৯ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা নকৰে এন পি পিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা নকৰে এন পি পিয়ে asomiyapratidin 12 Mar 2019 22:21 IST Follow UsNew Updateলোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত মন্তব্য মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰলোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা নকৰে এন পি পিয়ে।নিৰ্বাচনৰ পিছত প্ৰয়োজন হ'লে মিত্ৰতাৰ কথা ভাবিব এন পি পিয়ে।উত্তৰ-পূবৰ ২৫খন আসনতে প্ৰাৰ্থিত্ব আগবঢ়াব দলটোৱে।অসমৰ আটাইকেইটা সমষ্টিতে এন পি পিয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা।মহানগৰীৰ হোটেল ৰেডিচন ব্লুত অনুষ্ঠিত আজিৰ বৈঠকত উত্তৰ-পূবৰ বিভিন্ন নিৰ্বাচনী ইছ্যুক লৈ আলোচনা।অগপ–বিজেপিৰ মিত্ৰতা তেওঁলোকৰ ভিতৰুৱা কথা বুলিও মন্তব্য কৰে কনৰাড চাংমাই।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক
লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা নকৰে এন পি পিয়ে
লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা নকৰে এন পি পিয়ে