উত্তৰ-পূব বিজেপিৰ ৰাজ্যিক সম্পাদকৰ পদত্যাগ… বিজেপিৰ ৰাজ্যিক সম্পাদকৰ পদত্যাগ… asomiyapratidin 20 Mar 2019 11:20 IST Follow UsNew Updateবিজেপি দলত গৰা খহনীয়া অব্যাহত।বিজেপিৰ পৰা পদত্যাগ মেঘালয় বিজেপিৰ ৰাজ্যিক সম্পাদক সন্তোষ আৰ মাৰাকৰ। কোনো দলত যোগ দিয়া নাই গাৰো হিলছৰ নেতাজনে। আনহাতে, বিজেপি ত্যাগ কৰি NPPত যোগদান কৰিলে বিলীয়াড চাংমাই।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক