মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিধানসভাৰ অধ্যক্ষ ডনকুপাৰ ৰয়ৰ বিয়োগ…

মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিধানসভাৰ অধ্যক্ষ ডনকুপাৰ ৰয়ৰ বিয়োগ…

author-image
asomiyapratidin
New Update
মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিধানসভাৰ অধ্যক্ষ ডনকুপাৰ ৰয়ৰ বিয়োগ…

  • মেঘালয়ৰ বিধানসভাৰ অধ্যক্ষৰ বিয়োগ।
  • হাৰিয়ানাৰ গুৰগ্ৰামৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে ডনকুপাৰ ৰয়ৰ।
  • দেওবাৰে আবেলি বিয়োগ ঘটে তেওৰ।
  • মৃত্যৰ সময়ত তেঁওৰ বয়স আছিল ৬৪ বছৰ।
  • ২০০৮ চনত মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিবাহ কৰিছিল তেও।
  • মেঘালয়ৰ ইউ ডি পি দলৰ এজন সক্ৰিয় নেতা আছিল ৰয়।
  • তেঁওৰ মৃত্যত মেঘালয়ৰ লগতে সমগ্ৰ দেশত শোকৰ ছাঁ।