২৩ আগষ্টত মেঘালয়ৰ ২ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন

২৩ আগষ্টত মেঘালয়ৰ ২ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন

author-image
asomiyapratidin
New Update
২৩ আগষ্টত মেঘালয়ৰ ২ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন

ফাইল ফটো

ডিজিটেল সংবাদ, শ্বিলংঃ মেঘালয়ত দুই বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ২৩ আগষ্টত। কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন।

ৰাণীকৌৰ আৰু দক্ষিণ তুৰা বিধানসভা সমষ্টিৰ ফলাফল ঘোষণা কৰা হ'ব ২৭ আগষ্টত। এই সন্দৰ্ভত ৩০ জুলাইতে নিৰ্বাচনী অধিসূচনা জাৰি কৰিছিল নিৰ্বাচন আয়োগে।