মেঘালয়ত পুনৰ ২ গৰাকী লোকৰ দেহত কোৰোনা…

মেঘালয়ত পুনৰ ২ গৰাকী লোকৰ দেহত কোৰোনা…

author-image
asomiyapratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

  • মেঘালয়ত পুনৰ কোৰোনাত আক্ৰান্ত হৈছে ২ গৰাকী লোক।
  • দুয়োগৰাকী লোকেই প্ৰথমগৰাকী কোৰোনা ৰোগীৰ সংস্পৰ্শলৈ আহিছিল।
  • তাৰে এগৰাকী লোক প্ৰথমগৰাকী কোৰোনা ৰোগীৰ পৰিয়ালৰ হোৱাৰ লগতে আনগৰাকী তেওঁৰে ঘৰুৱা কামত সহায় কৰা লোক।
  • মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাই এই কথা সদৰি কৰিছে।
  • উল্লেখ্য যে, কোৰোনাত আক্ৰান্ত হৈছে এতিয়ালৈকে মেঘালয়ত ১১ গৰাকী লোক।
  • তাৰে এজন লোকৰ মৃত্যু হৈছে।