New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
- নিৰ্বাচনী গণনাত ক্ষীপ্ৰতৰ ভাৱে আগবাঢ়িছে মেঘালয়।
- বৰ্তমানলৈকে ৬১০০০ ভোট লাভ কৰা শ্বিলং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তেওঁৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীতকৈ ২৫,০৪৮টা ভোটত আগবাঢ়ি আছে।
- আনহাতে, তুৰা সমষ্টিত আগাথা চাংমাই ৫৪হাজৰৰো অধিক ভোট লাভ কৰি প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীতকৈ ২৯৫৪টা ভোটত আগবাঢ়ি আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us