New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/citizenship-bill-kjkc-621x414-livemint-1548603051.jpg)
- মণিপুৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজনৈতিক দলৰ বৈঠক।
- মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত কৰা হৈছে বৈঠকখন।
- ইতিমধ্যে আৰম্ভ হৈছে উচ্চস্তৰীয় এই বৈঠক।
- বৈঠকত অংশ লৈছে এন ই আই ডি পি. চি পি আই (এম), এন চি পিৰ প্ৰতিনিধিয়ে।
- মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দল শিৱসেনাৰ প্ৰতিনিধিয়েও অংশ লৈছে বৈঠকত।
- বৈঠকত অংশ লোৱা নাই কংগ্ৰেছ, এম পি পি আৰু জনতা দল ইউনাইটেডে।