New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/Dpgm_kvXcAAfxEJ.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে মণিপুৰৰ পশ্চিম আৰু দক্ষিণ ইম্ফলত আয়োজন কৰা হয় আৰক্ষী শ্ৰদ্ধাঞ্জলি দিৱস মাৰাথন ২০১৮। দেশৰ বাবে জীৱন আহুতি দিয়া মণিপুৰৰ আৰক্ষীসকলৰ স্মৰণত আয়োজন কৰা হয় এই মাৰাথন দৌৰৰ। উল্লেখ্য যে, এই মাৰাথন দৌৰত প্ৰায় ১৩০০জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/Dpgm4D7W0AESHbV.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us