বন্ধ হৈ গ’ল মণিপুৰৰ পথ, চাওঁক VIDEO

বন্ধ হৈ গ’ল মণিপুৰৰ পথ, চাওঁক VIDEO

author-image
asomiyapratidin
New Update
বন্ধ হৈ গ’ল মণিপুৰৰ পথ, চাওঁক VIDEO

  • মণিপুৰত ভয়াৱহ ভূমিস্খলন।
  • ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে ইম্ফল-জিৰিবাম ঘাইপথ।
  • জনদাৰ ন'নে জিলাত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।
  • বৰ্তমান পথচোৱাত বহু লোক আবদ্ধ হৈ আছে।
  • পথতো মুকলি কৰাৰ কাম অব্যাহত আছে।