New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/agranii.jpg)
- মণিপুৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত।
- মঙলবাৰে ৰাজ্যসভাত গৃহমন্ত্ৰী ৰাজনাথ সিঙে উত্থাপন কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক।
- এই বিধেয়কখনৰ বিৰোধিতাৰে চিভিল ছ'চাইটিৰ বিভিন্ন সংগঠনে আৰম্ভ কৰা প্ৰতিবাদত মণিপুৰত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি।
- এই পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আই পি চি ১৪৪ ধাৰা জাৰি কৰা হৈছে ৰাজ্যখনৰ পূৰ্বাঞ্চলৰ জিলাসমূহত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us