উত্তৰ-পূব মুখ্য-পৃষ্ঠা ভূমিকম্পই জোঁকাৰি গ’ল মণিপুৰ… ভূমিকম্পই জোঁকাৰি গ’ল মণিপুৰ… asomiyapratidin 13 Jul 2019 22:08 IST Follow UsNew Updateপ্ৰতীকি ফটো শনিবাৰে ভূমিকম্পই জোঁকাৰি গ'ল মণিপুৰৰ উখৰুল।নিশা প্ৰায় ৮.৪০ বজাত অনুভূত হয় ভূমিকম্পটো।ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য ৪.১।ভূমিকম্পটোত হতাহত হোৱা নাই কোনো লোক।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক