New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/corona-news.jpg)
- মণিপুৰত শেহতীয়াকৈ বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক।
- ৰাজ্য চৰকাৰে এই তথ্য প্ৰকাশ কৰিছে।
- মণিপুৰত এতিয়াও চিকিৎসাধীন হৈ আছে ৬৫৮ গৰাকী কোভিড-১৯ পজিটিভ ৰোগী।
- উল্লেখ্য যে, ৰাজ্যখনত এতিয়ালৈকে কোৰোনা ভাইৰাছ ধৰা পৰা মুঠ লোকৰ সংখ্যা ১৩১৬।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us