উত্তৰ-পূব মুখ্য-পৃষ্ঠা মণিপুৰত পুনৰ এজন লোকৰ দেহত কোৰোনা ভাইৰাছ মণিপুৰত পুনৰ এজন লোকৰ দেহত কোৰোনা ভাইৰাছ asomiyapratidin 30 May 2020 12:41 IST Follow UsNew Updateপ্ৰতীকি ফটো মণিপুৰত পুনৰ এজন লোকৰ দেহত কোৰোনা ভাইৰাছ।ৰাজ্য চৰকাৰে এই তথ্য সদৰি কৰিছে।ৰাজ্যখনত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৬০ জনলৈ।এতিয়াও মণিপুৰত চিকিৎসাধীন হৈ থকা সক্ৰিয় ৰোগীৰ সংখ্যা ৫৩ গৰাকী।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক